মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী থ্ৰেছাৰ
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী থ্ৰেছাৰ পি-55-ৰ সৈতে অনাগত শস্য চপোৱা ঋতুৰ বাবে সাজু হওক, যাক আপোনাৰ ধান শস্যৰ সৰ্বোত্তম মৰণা মৰাৰ বাবে ডিজাইন কৰি উলিওৱা হৈছে৷ ধানৰ শস্য হানি প্ৰতিহত কৰিবলৈ এক হেভী ডিউটী, দীৰ্ঘস্থায়ী থ্ৰেছাৰ বিচাৰি আছে নেকি? এতিয়া আৰু মহিন্দ্ৰাা পেডী থ্ৰেছাৰৰ বাহিৰে অন্য একো চোৱাৰ প্ৰয়োজন নাই, যি হৈছে আপোনাৰ একমাত্ৰ পচন্দ! এনে এক পেডী থ্ৰেছাৰৰ সুবিধা উপভোগ কৰক যি চোৱা-চিতা কৰিবলৈ সহজ আৰু বেছি মূল্যৰো নহয়৷ নিখুঁত কৰি সাজি তোলা ই, ডাঙৰ ড্ৰাম, টপ-নটছ্ ব্লেড আৰু এটা শক্তিশালী ৰটৰৰ বিশেষত্বৰে সমৃদ্ধ৷ মানবিশিষ্ট চালনী আৰু বৰ্ধিত সংখ্যক ফেনেৰে সজ্জিত হৈ, ই নূন্যতম শস্য হানিৰ নিশ্চয়তা প্ৰদান কৰে আৰু সৰ্বশ্ৰেষ্ঠ মানবিশিষ্ট শস্য আহৰণ কৰে৷ মহিন্দ্ৰা পেডী থ্ৰেছাৰৰ সৈতে আপোনাৰ শস্য চপাবলৈ সৰ্বোত্তম অভিজ্ঞতা লাভ কৰক৷
SPECIFICATIONS ৰ দ্বাৰা
স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী থ্ৰেছাৰ
প্ৰডাক্টৰ নাম | ট্ৰেক্টৰ ইঞ্জিনৰ ক্ষমতা (কিলোৱাট) | ট্ৰেক্টৰ ইঞ্জিনৰ ক্ষমতা (এইচপি) | ড্ৰাম দৈৰ্ঘ্য (চেমি) | ড্ৰাম দৈৰ্ঘ্য (ইঞ্চি) | ড্ৰাম ব্যাস (চেমি) | ড্ৰাম ব্যাস (ইঞ্চি) | ফেনৰ সংখ্যা | ওজন (আনুমানিক) (কেজি) | চকা | টায়াৰৰ আকাৰ | ক্ষমতা (টি/ ঘন্টা) | ৱাটাৰ থ্ৰ’ দূৰত্ব (মি) | ৱেষ্ট থ্ৰ’ দূৰত্ব (ফুট) | শস্যৰ প্ৰকাৰ |
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
পেডী থ্ৰেছাৰ (পি-55)- 4 খন ফেন | 26-41 | 35-55 | 183 | 72 | 91 | 36 | 4 | 1350 | ডাবল | 6 x 16 | 1.2-1.25 | 6~8 | 20-25 | ধান |
পেডী থ্ৰেছাৰ (পি-55)- 5 খন ফেন | 26-41 | 35-55 | 183 | 72 | 91 | 36 | 5 | 1400 | ডাবল | 6 x 16 | 1.2-1.25 | 6~8 | 20-25 | ধান |
পেডী থ্ৰেছাৰ (পি-55)- 6 খন ফেন | 26-41 | 35-55 | 183 | 72 | 91 | 36 | 6 | 1500 | ডাবল | 6 x 16 | 2-2.5 | 6~8 | 20-25 | ধান |
আপুনিও ভাল পাব পাৰে